ৰাতিপুৱা প্ৰস্ৰাৱ জোৰকৈ লগা বহুতো কাৰণ হ’ব পাৰে।
11 June 2025
TV9 ASSAM
আমি ৰাতিপুৱা সাৰ পোৱাৰ পিছত প্ৰস্ৰাৱ কৰিবলৈ যাও।
প্ৰস্ৰাৱ
সাধাৰণ কাৰণৰ বাবে হ’ব পাৰে। যেনে, ৰাতি অত্যধিক পানী খোৱা, বহুসময় প্ৰস্ৰাৱ ধৰি ৰখা আদি।
সাধাৰণ
ৰাতিপুৱা জোৰেৰে প্ৰস্ৰাৱ হোৱাৰ কাৰণ হ'ব পাৰে সংক্ৰমণ।
ডাঙৰ কাৰণ
Overactive Bladder ৰ বাবেও ৰাতিপুৱা আমাৰ বাৰে বাৰে প্ৰস্ৰাৱ কৰিব লগা হ'ব পাৰে।
কাৰণ
ডায়েবেটিছ ৰোগীসকলৰ সঘনাই প্ৰস্ৰাৱ কৰাৰ প্ৰয়োজন অনুভৱ হ'ব পাৰে।
কাৰণ
আন কিছুমান স্বাস্থ্যজনিত সমস্যা যেনে, বৃক্কৰ ৰোগেও প্ৰস্ৰাৱৰ সঘনতাত প্ৰভাৱ পেলাব পাৰে।
কাৰণ
গতিকে সাৱধান হোৱাটো অত্যন্ত দৰকাৰ।
কাৰণ
চাবলৈ ক্লিক কৰক
‘পঞ্চায়ত ৪’ৰ ট্ৰেইলাৰ মুকলি
Learn more