ভাৰতৰ কোনখন ৰাজ্যত নিৰামিষভোজীৰ সংখ্যা সৰ্বাধিক?

27 May 2025

TV9 ASSAM

বৈচিত্ৰ্যৰ মাজত ঐক্যৰ দেশ ভাৰত। সাজ-পোছাক, ভাষা, ধৰ্ম, সংস্কৃতিৰ পৰা আৰম্ভ কৰি খাদ্য-পানীয়লৈকে দেশৰ স্থানভেদে দেখা যায় বৈচিত্ৰ্য।

বৈচিত্ৰ্য

ভিন্ন ৰাজ্য-জনগোষ্ঠী অনুসাৰে দেশত আমিষ-নিৰামিষ ভিন্ন খাদ্যাভ্যাস আছে। পিছে ভাৰতৰ কোন ৰাজ্যত সৰ্বাধিক আমিষ খাদ্য খোৱা হয় জানেনে?

খাদ্যাভ্যাস

এই তালিকাৰ শীৰ্ষত আছে নাগালেণ্ড। NFHSৰ একাধিক প্ৰতিবেদন অনুসৰি অসমৰ এই চুবুৰীয়া ৰাজ্যখনত ৯৯%তকৈ অধিক লোকে মাংস খায়।

নাগালেণ্ড

দ্বিতীয় স্থানত আছে পশ্চিম বংগ। এই ৰাজ্যতো প্ৰায় ৯৯% লোক আমিষভোজী। পশ্চিম বংগত মাছৰ প্ৰতি থকা টান সৰ্বজনবিদিত।

পশ্চিম বংগ

জনসংখ্যাৰ ওপৰত ভিত্তি কৰি কেৰালাতো প্ৰায় ৯৯% লোকে আমিষ খাদ্য পছন্দ কৰে। এইদৰে তালিকাৰ তৃতীয় স্থানত থকা কেৰেলাৰ সুস্থ জীৱন যাপনৰ বাবে সুনাম আছে।

কেৰালা

চতুৰ্থ স্থানত থকা অন্ধ্ৰ প্ৰদেশত ৯৮.২৫% লোকে আমিষ খাদ্য খায়। ৰাজ্যখনত বিভিন্ন ধৰণৰ মাংস আৰু সাগৰীয় খাদ্যৰ ব্যঞ্জন উপলব্ধ।

অন্ধ্ৰ প্ৰদেশ

দক্ষিণ ভাৰতৰ আন এখন ৰাজ্য তামিলনাডুৰ ৯৭.৬৫% লোক আমিষভোজী। বিশেষকৈ এই ৰাজ্যত কুকুৰাৰ মাংসৰ চাহিদা অধিক।

তামিলনাডু

তালিকাত ইয়াৰে পিছতে উৰিষ্যাৰ (৯৭.৫% লোক) স্থান। আনহাতে বিহাৰত ৮৮.০৭% লোক আৰু উত্তৰ প্ৰদেশত মাত্ৰ ৫৯.০৮% লোক আমিষভোজী।

আন ৰাজ্য

পঢ়িবলৈ ক্লিক কৰক 

কোনবোৰ ৰোগৰ বাবে ওজন বৃদ্ধি হয়?