অমৱস্যা তিথিত মা কালীৰ পূজা কৰা হয়।

10 OCT 2025

TV9 ASSAM

কালী হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী আৰু শ্যামা বা কালীকা নামেৰেও জনা যায়।

নাম

যেতিয়া সৃষ্টিৰ সন্তুলন বাগৰি অন্যায়ে সীমা অতিক্ৰম কৰিছিল তেতিয়াই আবিৰ্ভাৱ হৈছিল।

আৱিৰ্ভাৱ

দেৱীৰ এখন ভৰি পৃথিৱীত আৰু এখন ভৰি শিৱৰ বুকুত থাকে।

মহিমা

 কৃষ্ণ পক্ষৰ অমাৱস্যাত দেৱীৰ দুই সহচৰী ডাকিনি-যোগিনীৰ সৈতে পূজা কৰা হয়।

কাতি মাহৰ

দেৱীৰ মূৰ্তিৰ কাষত এটা শিয়ালৰ মূৰ্তিও থাকে। 

বাহন

কালী প্ৰথমে চণ্ডিকাৰ ৰূপত শ্মশানত আৱিৰ্ভাৱ হৈছিল।

য'ত শিয়াল আছিল

শিয়াল বুদ্ধিমান জন্তু হিচাপে পৰিচিত। একাংশই শিয়ালক কালীৰ বাহন বুলি ক'ব বিচাৰে।

মত

লগতে পঢ়ক

ধনতেৰাচৰ পূৰ্বে হ্ৰাস পাব নেকি সোণৰ মূল্য?