আপেল হৈছে পুষ্টিকৰ ফল।

27Jan 2026

TV9 ASSAM

প্রতিদিনে ৰাতিপুৱা আপেল খালে চুগাৰ নহয় | ই স্বাস্থ্যৰ বাবে যথেষ্ঠ উপকাৰী। 

খাদ্য

দৈনিক আপেল খোৱাটোৱে ওজন কমোৱাত সহায় কৰিব পাৰে ৷

খাদ্য

 স্বাস্থ্য বিশেষজ্ঞৰ মতে, দিনটোত যদি আপুনি এটা আপেল খায়, তেতিয়া আপুনি কোনো দিন চিকিৎসকৰ ওচৰলৈ যাব নালাগে! কিন্তু ইয়াক খোৱাৰো নিয়ম আছে।

খাদ্য

আপেলত পৰ্যাপ্ত পৰিমাণে ভিটামিন C, ফাইবাৰ আৰু এণ্টি-অক্সিডেণ্ট থাকে বাবে শৰীৰৰ বাবে বহু উপকাৰী।

খাদ্য

আপেলত কোৱাৰচেটিন নামৰ এবিধ পদাৰ্থ থাকে। ই যৌন ইচ্ছা বৃদ্ধিত সহায় কৰে। ফলত শৰীৰত কিছুমান হৰম’নৰ নিঃসৰণ বাঢ়ি যায়। 

খাদ্য

আপেল খালে আমাৰ দেহৰ বহুতো উপকাৰ সাধন কৰে। ইয়াৰ প্ৰতিদিনে খালে শৰীৰক ৰোগৰ প্ৰভাৱৰ পৰা বচাই ৰাখিব পাৰি।

খাদ্য

আপেলে Lung , breast,colon liver cancer প্রতিৰোধ কৰাত মোহ’ঔষধ হিচাপে কাম কাৰে |

মনত ৰাখক

পঢ়িবলৈ ক্লিক কৰক 

হীৰাৰ অলংকাৰৰ নিয়ম