সম্পৰ্কত বিভেদ আনিব পাৰে কিছুমান অভ্যাসে

15  OCT 2025

TV9 ASSAM

আমাৰ আচৰণে আমাক আপোনজনৰ পৰাও আঁতৰাই ৰাখিব পাৰে।

কাৰণ

বৈবাহিক সম্পৰ্ক ভালে ৰাখিবলৈ আপুনি এইকেইটা অভ্যাস কেতিয়াও নাৰাখিব।

অভ্যস

বহুতে নিজৰ দায়িত্বৰ পৰা পলাই যায় বা আনৰ হাতত তুলি দিয়ে।

কাৰণ

পত্নীৰ দৃষ্টিভংগী শুনিবলৈ আৰু বুজিবলৈ চেষ্টা কৰিব লাগে।

কাৰণ

ক্ষমা নকৰিলে সম্পৰ্কৰ মাজৰ দূৰত্ব আৰু বাঢ়িবলৈ আৰম্ভ কৰে।

কাৰণ

যদি আপোনাৰ কোনো ভুলৰ বাবে আনৰ সন্মুখত অপমান কৰে।

কাৰণ

সৰু সৰু কথা বা বস্তুটোক লৈ খং কৰাটো কমোৱা উচিত, ই সম্পৰ্ক শেষ কৰে। 

কাৰণ

লগতে পঢ়ক

কাছ আঙঠি পিন্ধিলে নকৰিব এই ভুল?