বিভিন্ন ৰোগত মহৌষধ অপৰাজিতা ফুল!

2 august 2025

TV9 ASSAM

অসমৰ প্ৰায় মানুহৰে ঘৰত অপৰাজিতা ফুল পোৱা যায় । 

গুৰুত্ব

সৌন্দৰ্যবৰ্ধনৰ লগতে এইবিধ ফুল হৈছে যথেষ্ট পৰিমাণে স্বাস্থ্য সন্মত তথা ঔষধি গুণ সম্পন্ন।

গুৰুত্ব

অপৰাজিতাৰ মূল ব্যৱহাৰ কৰিলে প্ৰস্ৰাৱৰ সমস্যা ঠিক হয়।

উপকাৰ

জ্বৰ, হুপিংকাহ, পুৰণি কাহ, আদি ৰোগ দূৰ কৰাত সহায়ক অপৰাজিতা ফুল।

উপকাৰ

হৃদৰোগৰ লগত জড়িত ৰোগ আঁতৰাবলৈ অপৰাজিতাৰ পাত ব্যৱহাৰ কৰিব পাৰে। 

উপকাৰ

অপৰাজিতা ফুলৰ চাহো শৰীৰৰ বাবে যথেষ্ট উপকাৰী। 

উপকাৰ

অপৰাজিতাৰ চাহ সেৱন কৰিলে স্মৃতিশক্তি বৃদ্ধি হয়,ই ব্ৰেইন টনিক হিচাপেও কাম কৰে।

উপকাৰ

লগতে পঢ়ক

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ?