পঞ্চমুখী মানে যিটো বেলপত্ৰত ৫ টা মুখ থাকে।
10 july 2025
TV9 ASSAM
বেলপাত শিৱৰ অত্যন্ত প্ৰিয়। শাওনত শিৱক বেলপাত দিয়ে।
শিৱ
পঞ্চমুখী বেলপাত ভগবান শিৱৰ পাঁচ তত্ব-পৃথিৱী, জল, অগ্নি, বায়ু আৰু আকাশৰ প্ৰতীক।
প্ৰতীক
শিৱৰ পূজাত মানুহে ফল-ফুলৰ লগতে ভগৱান শংকৰক বেল আৰু বেলপাত আগবঢ়ায়।
শিৱ পূজা
ধৰ্মীয় বিশ্বাস অনুসৰি ৩ টা পাত থকা বেলপাতে ত্ৰিদেৱক বুজায়।
ত্ৰিদেৱ
ত্ৰিদেৱ হৈছে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ।
ত্ৰিদেৱ
পঞ্চমুখী বেলপাত অতি দুৰ্লভ, শিৱত অৰ্পণ কৰিব পাৰে।
পূজা
জ্যোতিষ শাস্ত্ৰ মতে, শাওনৰ শিৱ পূজাৰ বহুতো অৰ্থ আছে।
শিৱ পূজা
চাবলৈ ক্লিক কৰক
Google AI-এ পঢ়িব পাৰে আপোনাৰ সকলো WhatsApp মেছেজ!
Learn more