বহু সংখ্যক লোকৰ বাবে প্ৰিয় পাচলি ভেন্দি।

26 AUG 2025

TV9 ASSAM

বহুতে ভেন্দি খাবলৈ ভাল পায় যদিও ইয়াৰ উপকাৰিতা সম্পৰ্কে অৱগত নহয়।

উপকাৰ

ভেন্দি খালে স্বাস্থ্যৰ বহু সমস্যাৰ পৰা আপোনাক মুক্তি দিব।

ভেন্দি

ভেন্দীত থকা মিউচিলেজে (জেলীজাতীয় পদাৰ্থ) হজমত সহায় কৰে।

উপকাৰ

ভেন্দি ডায়েবেটিছ ৰোগীসকলৰ বাবে বিশেষ উপকাৰী।

উপকাৰ

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু ওজন হ্ৰাস কৰাত সহায় কৰে।

উপকাৰ

ই কোষ্ঠকাঠিন্য, বদহজম আদি সমস্যা দূৰ কৰিব পাৰে।

উপকাৰ

 ভেন্দি খোৱাৰ ফলত পাচনতন্ত্ৰ সুস্থ থাকে।

উপকাৰ

লগতে পঢ়ক

অসম্ভৱকো সম্ভৱ কৰিলে চীনৰ চিকিৎসকে!