আমলখিত থকা উপাদানসমূহ স্বাস্থ্যৰ বাবে উপকাৰী।
14 AUG 2025
TV9 ASSAM
আমলখিত ভিটামিন চি, এন্টিঅক্সিডেন্ট, আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে।
আমলখি
আয়ুৰ্বেদিক চিকিৎসাত আমলখিৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়।
ব্যৱহাৰ
আমলখিয়ে পিত্তদোষ নিৰাময়ত সহায় কৰে।
উপকাৰ
আমলখিত থকা এন্টিঅক্সিডেন্টে ছালখন সুস্থ আৰু উজ্জ্বল কৰি ৰখাত সহায় কৰে।
উপকাৰ
আমলখিক ভিটামিন চিৰ এক উৎকৃষ্ট উৎস বুলি গণ্য কৰা হয়।
ভিটামান C
ভিটামিন চি আৰু এন্টি অক্সিডেন্ট থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে।
উপকাৰ
খাদ্যত সিজোৱা আমলা অন্তৰ্ভুক্ত কৰিলে ছালৰ লগতে চুলিৰ স্বাস্থ্যও উন্নত হয়।
উপকাৰ
কুকুৰক গাখীৰ খোৱালে দূৰ হয় নেকি গ্ৰহ দোষ?
লগতে পঢ়ক
Learn more