আজিকালি মানুহৰ সম্পৰ্কবোৰ ঠুনুকা হৈ পৰিছে।

12  Sept 2025

TV9 ASSAM

এই ঠুনুকা সম্পৰ্কবোৰ কেনেকৈ ধৰি ৰাখিব, ক'লে প্ৰেমানন্দ মহাৰাজে

সম্পৰ্ক

প্ৰেমানন্দ মহাৰাজৰ মতে, প্ৰতিটো সম্পৰ্ক ভালে ৰখাৰ মুল মন্ত্ৰ প্ৰেম।

প্ৰেম

প্ৰেমানন্দ মহাৰাজে এয়াও মানে যে প্ৰেম সংসাৰত পোৱা নাযায়।

প্ৰেমানন্দ

কাৰোবাৰ পৰা সুখ বিচৰাটো স্বাৰ্থ আৰু কাৰোবাক নিস্বাৰ্থ ভাৱেৰে কৰা স্নেহ হৈছে প্ৰেম।

প্ৰেম

প্ৰেমৰ বাবে ত্যাগ লাগে আৰু স্বাৰ্থৰ বাবে গ্ৰহণ।

মত

আমি যাক প্ৰেম কৰো তেওঁক সদায় সুখী ৰাখিবলৈ চেষ্টা কৰা উচিত।

প্ৰেম

প্ৰেমানন্দ মহাৰাজে কয় প্ৰেম শব্দটো আলৌকিক, ইয়াক সহজে পাব নোৱাৰি।

প্ৰেমানন্দ মহাৰাজ

লগতে পঢ়ক

EMI ত ফোন লৈছে নেকি?