পৰিয়াল পৰিকল্পনাৰ প্ৰতি লক্ষ্য ৰাখি কনডম ব্যৱহাৰ কৰা হয়।
30 April 2025
TV9 ASSAM
পুৰুষৰ দ্বাৰা কমডমৰ ব্যৱহাৰ হয় আৰু মহিলাসকলে জন্ম নিয়ন্ত্ৰক টেবলেট ব্যৱহাৰ কৰে।
ব্য়ৱহাৰ
মানুহে যৌনতাৰ বিষয়ে আলোচনা কৰিবলৈ পছন্দ নকৰে, যাৰ বাবে এইবোৰ বিভ্ৰান্তিকৰ হৈ থাকে।
যৌন শিক্ষা
আজি জানক কিমান প্ৰকাৰৰ কনডম উপলব্ধ।
কনডমৰ প্ৰকাৰ
ৱেবএমডিৰ মতে, বজাৰত মুখ্যতঃ ৪ প্ৰকাৰৰ কনডম পোৱা যায়।
প্ৰকাৰ
বেছিভাগ লোকে লেটেক্সেৰে তৈয়াৰ কৰা কনডম ব্যৱহাৰ কৰে।
লেটেক্স
ই যৌন সম্ভোগৰ সময়ত যিকোনো জ্বলা-পোৰা বা বিষ প্ৰতিহত কৰে।
লুব্ৰিকেটেড কনডম
ইয়াৰোপৰি স্পাৰ্মিচাইড আৱৰণ যুক্ত কনডম আৰু টেক্সাৰ্ড কনডম পোৱা যায়।
অধিক পচন্দ
চাবলৈ ক্লিক কৰক
চলমানৰ লোকচান!