কণ্ডমে গৰ্ভধাৰণ বা যৌনৰোগ আদিৰ সংক্ৰমণ ৰোধ কৰে।
11 SEP 2025
TV9 ASSAM
পুৰুষৰ দ্বাৰা কণ্ডমৰ ব্যৱহাৰ অতি সচৰাচৰ হয়।
ব্যৱহাৰ
আধুনিক যুগত কণ্ডম মূলত লেটেক্সৰ দ্বাৰা প্ৰস্তুত কৰা হয়।
ব্যৱহাৰ
আজিকালি বজাৰত বহুতো কোম্পানীৰ কণ্ডম সহজে উপলব্ধ।
ব্যৱহাৰ
বেছিভাগ লোকে লেটেক্সেৰে তৈয়াৰ কৰা কনডম ব্যৱহাৰ কৰে।
প্ৰকাৰ
যৌন সম্ভোগৰ সময়ত যিকোনো জ্বলা-পোৰা বা বিষ প্ৰতিহত কৰে লুব্ৰিকেটেড কণ্ডমে।
প্ৰকাৰ
বজাৰত পোৱা কিছুমান কনডম হৈছে স্পাৰ্মিচাইড আৱৰণ যুক্ত কণ্ডম।
প্ৰকাৰ
টেক্সাৰ্ড কণ্ডমৰ ৰিব আৰু ষ্টেণ্ড প্ৰকাৰো বজাৰত উপলব্ধ।
প্ৰকাৰ
লগতে পঢ়ক
অভিনেত্ৰী উৰ্মিলাৰ সৈতে ৰঙীন নিশা!
Learn more