হাৰ্ট এটেকৰ পৰা কেনেকৈ বাচিব?

23 AUG 2025

TV9 ASSAM

আজিকালি প্ৰায়েই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ শুনিবলৈ পোৱা যায়। 

সমস্যা

 বিশেষকৈ খাদ্য আৰু দৈনন্দিন ৰুটিনত পৰিৱৰ্তন কৰাটো গুৰুত্বপূৰ্ণ।

গুৰুত্বপূৰ্ণ

কিন্তু কিছুমান ঔষধে লাহে লাহে আমাৰ স্বাস্থ্যত ক্ষতি কৰে।

ঔষধ

 বিষ কমোৱা NSAIDs ঔষধ বেছিদিন খালে এই হৃদৰোগৰ সমস্যাই দেখা দিব পাৰে। 

সুভাষ গিৰিৰ মতে

চৰ্দি-জ্বৰৰ ঔষধে হাৰ্ট এটেক আৰু উচ্চ ৰক্তচাপ বাঢ়িব পাৰে।

চৰ্দি-জ্বৰৰ ঔষধ

PPI ঔষধ, এন্টিবায়'টিক দীঘলীয়া সময়ৰ বাবে সেৱন কৰাটো অনুচিত।

নাখাব

ওজন কমোৱা ঔষধ আৰু বয়স কমোৱা ঔষধ খোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।

সাৱধান

লগতে পঢ়ক

গণেশৰ মূৰ্তি স্থাপনত নকৰিব ভুল