মাহেকীয়াত পেটৰ বিষ আৰু অত্যাধিক ৰক্তক্ষৰণ হোৱাটো ফাইব্ৰইডৰ কাৰণ!

15  july 2025

TV9 ASSAM

মাহেকীয়াত অত্যাধিক ৰক্তস্ৰাৱ আৰু ৭ দিনলৈ ই একেৰাহে থকাটো সাধাৰণ নহয়। 

মাহেকীয়া

এই সমস্যা একেৰাহে হৈ থাকিলে স্ত্ৰী ৰোগ বিশেষজ্ঞাক দেখাওক।

ফাইব্ৰইডৰ কাৰণ

চিকিৎসক চঞ্চল শৰ্মাই কয় যে, ফাইব্রয়েড হৈছে জৰায়ুত হোৱা এক প্ৰকাৰৰ টিউমাৰ।

সমস্যা

ফাইব্রোয়েডৰ ফলত মহিলাসকলৰ ঋতুস্ৰাৱত সমস্যা বা প্ৰজনন ক্ষমতা হ্ৰাস হ'ব পাৰে। 

সমস্যা

ইয়াৰ কাৰণ, হ'ৰ্মনেল ইমবেলেন্স, ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰনৰ সৈতে জড়িত হ'ব পাৰে। 

কাৰণ

একেৰাহে ৰক্তক্ষৰণ, পেটৰ তলৰ অংশ বিষ, ভৰিৰ বিষ আদি ইয়াৰ লক্ষণ।

লক্ষণ

এনেবোৰ সমস্যা দেখিলে ভুলতেও চিকিৎসকৰ ওচৰত যাবলৈ পলম নকৰিব।

মনত ৰাখক

চাওক এই লিংকত

শাওনৰ সোমবাৰৰ ব্ৰত মাহেকীয়াত কি কৰিব?