জামুৰ গুটি খালে স্বাস্থ্যৰ কি কি উপকাৰ হ'ব আপুনি জানেনে?
18 June 2025
TV9 ASSAM
গ্ৰীষ্মকালত সকলোৱেই জামুৰ সোৱাদ লৈ ভাল পায় ৷
জামু
ইয়াত কেলচিয়াম, পটাছিয়াম, আইৰণ, ভিটামিনৰ দৰে বহু পুষ্টিকৰ উপাদান থাকে ৷
উপকাৰ
জামুৰ নিজস্ব কিছু গুণ আছে। ইয়াৰ গুটিসমূহ গুৰি কৰি খালে মধুমেহ নিয়ন্ত্ৰণ কৰিব পৰা যায়।
জামু
এই ফল খালে মধুমেহ, এনিমিয়া, দাঁত আৰু পেটৰ সমস্যা দূৰ হয়।
গুণ
আচলতে ডায়েবেটিছৰ ঔষধ। যাক আয়ুৰ্বেদিক ঔষধ হিচাপেও ব্যৱহাৰ কৰিব পাৰি।
উপকাৰ
জামুৰ লগতে ইয়াৰ গুটি খালে ই পাচন তন্ত্ৰক স্বাস্থ্যৱান কৰি ৰাখে।
পাচন
ছালৰ পৰা শালমইনা আৰু দাগ আঁতৰ কৰাত জামু গুটি যথেষ্ঠ উপকাৰী ৷
উপকাৰ
চাবলৈ ক্লিক কৰক
ৰণবীৰৰ পৰিয়াল
Learn more