প্ৰদূষণৰ ফলত বহু লোকৰ চাইনাচৰ সমস্যাৰ সৃষ্টি হয়।
12 Oct 2025
TV9 ASSAM
মূৰৰ বিষ, ডিঙিৰ বিষ, ভাগৰ, নাকেৰে উশাহ লোৱাত অসুবিধা হ’ব পাৰে।
কাৰণ
কিছুমান ক্ষেত্ৰত এন্টিবায়’টিক ঔষধেৰে চাইনাচ আৰোগ্য হয়।
সহায়ক
দীৰ্ঘদিনলৈ প্ৰতিদিনে এন্টিবায়টিক সেৱন কৰাটো ঠিক নহয়।
মনত ৰাখক
চাইনাচৰ সংক্ৰমণৰ সমস্যা হ্ৰাস কৰাত নহৰু সেৱন কৰাটো ফলপ্ৰসূ।
নহৰু
যদি চাইনাচৰ সমস্যাৰ সৃষ্টি হয় দৈনিক গৰম পানীৰ ভাপ লওক।
উপকাৰ
নিয়মিত ব্যায়াম আৰু খোজ কাঢ়িব লাগে। জাংকফুড ইত্যাদি ত্যাগ কৰিব লাগে।
উপসম পাব
আপোনাৰ চাইনাচ আছে তেন্তে নাকৰ ভিতৰটো পৰিষ্কাৰ কৰাটো অতি প্ৰয়োজনীয়।
মনত ৰাখক
লগতে পঢ়ক
চাকৰি প্ৰত্যাশী নিৱনুৱাৰ বাবে ভাল খবৰ
Learn more