অৰ্শ অৰ্শৰোগ বা কেঁচুমূৰীয়া আছে নেকি আপোনাৰ?

09 Nov 2025

TV9 ASSAM

Photos Credit Getty Images

অৰ্শ দেখাত পেটৰ অসুখ নহয় যদিও ইয়াৰ মুখ্য কাৰণ পেটৰ অসুখ।

সমস্যা

প্ৰধানকৈ শৌচ টান হোৱা, গুহ্যদ্বাৰৰ খজুৱতি, ফাঁট আদি সমস্যা হয়।

সমস্যা

অত্যাধিক মচলাযুক্ত খাদ্য, মাংস, কণী, ভজা-পোৰা খাদ্যই সমস্যা সৃষ্টি কৰিব পাৰে।

উপকাৰ

অৰ্শৰোগ শৌচদ্বাৰৰ বাহিৰফালে, আনধৰণৰ ৰোগীৰ শৌচদ্বাৰৰ অন্ত:ভাগ আক্ৰান্ত হয়।

আক্ৰান্ত

পানী খোৱাৰ পৰিমাণ বৃদ্ধি কৰা, আৰু তেলজাতীয় খাদ্য পৰিহাৰ কৰা ভাল ।

উপকাৰ

আঁহজাতীয় খাদ্য ৰুটী, সেউজীয়া শাক-পাচলি, কল, বেল, উখহা চাউলৰ ভাত উপকাৰী । 

উপকাৰ

অস্ত্ৰোপচাৰৰ লগতে যোগাসনৰ যোগাভ্যাস আদিৰে চিকিৎসা ব্যৱস্থা কৰিব পাৰি । 

মনত ৰাখক

লগতে পঢ়ক

কিয় নন্দীৰ কাণত মনৰ কামনা কয় ভক্তই ?