গ্ৰীষ্মকালত প্ৰস্ৰাৱৰ সময়ত বিভিন্ন সমস্যাই দেখা দিয়ে।
14 May 2025
TV9 ASSAM
গ্ৰীষ্মকালত প্ৰস্ৰাৱ সংক্ৰমণ (UTI)ৰ আশংকা বৃদ্ধি পায়।
UTI
সঘনাই প্ৰস্ৰাৱ লগা, ওজন কমি যোৱা, হৃদযন্ত্ৰৰ সমস্যা, অনিদ্ৰা, চুলি সৰা হ'ব পাৰে।
থাইৰয়ড হ'লে
পিয়াহ অনুভৱ নকৰা আৰু পানী কমকৈ খোৱা।
হালধীয়া হোৱাৰ কাৰণ
লেতেৰা শৌচাগাৰত প্ৰস্ৰাৱ কৰিলে লগে লগে এই সংক্ৰমণ হয়।
সংক্ৰমণ
প্ৰস্ৰাৱ বহু সময় ধৰি ৰাখিলে ইউটিআই হ’ব পাৰে।
সমস্যা
ডিহাইড্ৰেচনৰ , লেতেৰা স্থানত প্ৰস্ৰাৱ কৰা আৰু প্ৰস্ৰাৱ দীৰ্ঘদিন ধৰি ৰখা।
সংক্ৰমণৰ কাৰণ
চিকিৎসাৰ পলম হ’লে আন গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।
শীঘ্ৰে পৰামৰ্শ লওক
চাবলৈ ক্লিক কৰক
ঘৰে ঘৰে জন্মিছে ‘সেন্দুৰ’!
Learn more