আপুনি সঘনাই বগা স্ৰাৱৰ সমস্যাৰ সন্মুখীন হৈছে নেকি?
12 Nov 2025
TV9 ASSAM
ই স্বাভাৱিক নে কোনো ৰোগৰ লক্ষণ সেইটো বুজিব পৰাটো টান।
সমস্যা
ই মহিলাৰ যোনিৰ পৰা ওলোৱা বগা বা আঠাযুক্ত এক তৰল পদাৰ্থ।
বগা স্ৰাৱ
যদি বগা স্ৰাৱৰ লগত প্ৰচণ্ড গোন্ধ আৰু খজুৱতি হয়, তেন্তে ই ভেঁকুৰ বা বেক্টেৰিয়াৰ সংক্ৰমণ।
সমস্যা
কিছুমান ক্ষেত্ৰত ই যৌন সংক্ৰামক ৰোগ (STD), কেন্সাৰ বা জৰায়ুৰ সমস্যা হ’ব পাৰে।
কাৰণ
সঘনাই আৰু অত্যধিক বগা স্ৰাৱ হোৱাটোও চিন্তাৰ কাৰণ হ’ব পাৰে।
কাৰণ
হৰম’নৰ ভাৰসাম্যহীনতা, ডায়েবেটিছ, এন্টিবায়টিক সঘনাই ব্যৱহাৰ কৰাৰ বাবে হ'ব পাৰে।
সমস্যা
লেতেৰা আণ্ডাৰগাৰ্মেণ্ট,মানসিক চাপ আৰু অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেও হ'ব পাৰে।
কাৰণ
লগতে পঢ়ক
১০ বছৰৰ ভিতৰত আটাইতকৈ বেছি হ্ৰাস পালে খাদ্য-সামগ্ৰীৰ মূল্য
Learn more