TV9 ASSAM
যাৰ বাবে তেওঁৰ ওচৰত টোপনি যোৱা মানুহজনৰ ওপৰত বহু পৰিমাণে প্ৰভাৱ পৰে।
জানক কিছুমান ঘৰুৱা উপায়েৰে এই সমস্যা কেনেকৈ হ্ৰাস কৰিব পাৰি।
এই সমস্যাটোক লৈ ঠাট্টা কৰিয়েই উৰুৱাই দিব নোৱাৰি।
পদিনা পাত কিছু এগিলাচ পানীত উতলাই সেই পানী ঠাণ্ডা হোৱাৰ পিছত খাব লাগে।
ডালচেনিৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে।
এগিলাচ কুহুমীয়া পানীত এচামুচ ডালচেনিৰ গুড়ি মিহলাই খাব লাগে।
চাবলৈ ক্লিক কৰক