আপুনি বাৰে বাৰে ভাগৰ অনুভৱ কৰে নেকি?
10 AUG 2025
TV9 ASSAM
যদি বেছি কষ্ট নকৰাৰ পিছতো ভাগৰ অনুভৱ হয় সেয়া থাইৰডৰ সমস্যা।
থাইৰয়ড
এই সমস্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ কাৰণ হৈছে খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ দুৰ্বলতা।
থাইৰয়ড
থাইৰয়ড গ্ৰন্থিৰ সঠিক পৰিমাণৰ হৰম’ন উৎপাদন নহ’লে থাইৰয়ডৰ সমস্যা হয়।
থাইৰয়ড
ডায়েবেটিছ, আৰু কিছুমান ঔষধেও থাইৰয়ডত প্ৰভাৱ পেলাব পাৰে।
কাৰণ
অলপতে ভাগৰুৱা হোৱা,শাৰীৰিক দুৰ্বলতা, হাঁডৰ আৰু মাংসপেশিৰ বিষ হোৱা।
লক্ষণ
ওজন বঢ়া, চুলি সৰা, অনিয়মীয়া মাহেকীয়া, কামৰ গতি লেহেমীয়া হোৱা আদি।
লক্ষণ
সুস্থ জীৱন যাপনৰ বাবে শৰীৰ চৰ্চা কৰাৰ উপৰিও খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিব লাগিব।
মনত ৰাখক
সোণ কিনিব বিচাৰে নেকি?
লগতে পঢ়ক
Learn more