গৰমৰ দিনত ছালৰ যত্ন লোৱা অত্যন্ত আৱশ্যক।

10  May 2025

TV9 ASSAM

গৰমত আপুনি ঘৰুৱা কিছুমান সামগ্ৰীৰে ছালৰ যত্ন ল’ব পাৰে। 

ছালৰ যতন

এলোভেৰা জেল অত্যন্ত উপকাৰী। ই কোমল আৰু উজ্বল কৰি তোলাত সহায় কৰে।

ছালৰ যতন

গোলাপ জলে আপোনাৰ ছালৰ প্ৰাকৃতিক উজ্জ্বলতা ঘুৰাই আনে।

ছালৰ যতন

কেচাঁ গাখীৰে ই মৃত ছালবোৰ আঁতৰ কৰাত সহায় কৰে।

ছালৰ যতন

আপোনাৰ ছালখন উজ্জ্বল কৰিবলৈ ছালত দৈ আৰু কফিৰ মিশ্ৰণ লগাব পাৰে।

ছালৰ যতন

তিঁয়হে ঘৰুৱা টোনাৰৰ দৰে কাম কৰে। ই ছালক হাইড্ৰেইট আৰু ঠাণ্ডা কৰে।

ছালৰ যতন

গৰম দিনত যদি নিজকে সুস্থ আৰু ধুনীয়া কৰিব বিচাৰে তেন্তে যথেষ্ঠ পানী খাওক।

গুৰুত্বপূৰ্ণ

চাবলৈ ক্লিক কৰক 

ভয়ংকৰ বিপদত পৰিছে পাকিস্তান!