বহুলোকে ৰাতিপুৱা খালী পেটত বিভিন্ন খাদ্য গ্ৰহণ কৰে।
26 June 2025
TV9 ASSAM
পুৱা খালী পেটত pH স্তৰৰ তাৰতম্য ঘটে, যিয়ে এচিডিটি বঢ়ায়।
কি হয়
গতি এই সময়ত কিছুমান খাদ্য খালে বমি হ'ব পাৰে।
সমস্যা
নেমু, মৌচুমী আৰু কমলাৰ দৰে টেঙা ফল খালী পেটত খোৱাৰ পৰা বিৰত থাকক।
খালী পেটত নাখাব
গাখীৰত লেক্টিড এছিড থাকে। খালী পেটত দৈ খোৱাৰ পৰা বিৰত থাকক।
নাখাব
খালী পেটত কল খালে শৰীৰত মেগনেছিয়ামৰ স্তৰ বাঢ়ে, ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ে।
কল
মছলা থকা খাদ্য খাব নালাগে, ই গেছৰ সমস্যা বৃদ্ধি কৰে।
গেছ
খালী পেটত চাহ-কফি খোৱাটো অনুচিত। কেফেইনে গেছৰ সমস্যা বঢ়ায়।
চাহ বা কফি
চাবলৈ ক্লিক কৰক
খৰিচাৰ সৈতে এইদৰে প্ৰস্তুত কৰক মাছৰ ব্যঞ্জন
Learn more