5 Sept 2025
TV9 ASSAM
জ্যোতিষ শাস্ত্ৰ অনুসৰি, গুৰু বৃহস্পতি জ্ঞান,ধন, বিবাহ,সন্তান, শিক্ষা, ধৰ্ম, আৰু ভাগ্যৰ কাৰক। প্ৰায় ১৩ মাহ পাছত বৃহস্পতিয়ে গতি সলনি কৰিব আৰু মাজে মাজে নক্ষত্ৰও সলনি কৰিব।
পঞ্জিকা অনুসৰি, এই বছৰ দেৱালী ২০ অক্টোবৰত পালন কৰা হ'ব। জ্যোতিষ মান্যতা অনুসৰি দেৱালীৰ পূৰ্বে গুৰু বৃহস্পতিয়ে নিজৰ গতি সলনি কৰিব।
২০ অক্টোবৰত বৃহস্পতিয়ে নিজৰ শীৰ্ষ ৰাশি কৰ্কটত যাব। যাৰ বাবে কিছুমান ৰাশিৰ জীৱনত অতি ভাল প্ৰভাৱ পৰিব।
এই সময়চোৱাত বিশেষকৈ ৩ ৰাশিৰ ধন বৃদ্ধি, বিবাহ, সফলতা আদি আহিব পাৰে। ইয়াৰোপৰ এই সময়চোৱাত ভাগ্যই লগ দিব পাৰে।
কৰ্কট ৰাশিৰ লোকসকলৰ মান-সন্মান বৃদ্ধি পাব। ভাগ্যই লগ দিব। বিদেশ যাত্ৰা কৰিব পাৰে। দাম্পত্য জীৱন সুখৰ হ'ব। আৰ্থিক লাভ হ'ব। হঠাতে হাতলৈ ধন আহিব।
এই ৰাশিৰ লোকৰ ব্যৱসায়ত অধিক লাভ হ'ব। চাকৰিয়াল সকলে ভাল খবৰ পাব। নতুন চাকৰিৰ যোগ আছে। কেৰিয়াৰ আৰু ব্যৱসায়ত সফলতা পাব। হাতলৈ ধন আহিব।
এই ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ হব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ'ব। পৰিয়ালত সুখ থাকিব। কৰ্মক্ষেত্ৰত ভাল ফল লাভ কৰিব। আৰ্থিক স্থিতি ভাল হ'ব। দাম্পত্য জীৱন সুখৰ হ'ব।
পঢ়িবলৈ ক্লিক কৰক