শীতত প্ৰায় সকলো লোকেই ৰবাব টেঙাৰ জুতি লোৱা দেখা যায়।

4  Dec 2025

TV9 ASSAM

এই ৰবাব টেঙা কেৱল খাবলৈয়ে সোৱাদ নহয় ইয়াৰ আছে বহু উপকাৰী গুণ।

উপকাৰ

অৰ্শ্ব ৰোগীৰ বাবেও ৰবাব টেঙা উপকাৰী । কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে

উপকাৰ

এই টেঙাত ভিটামিন চি পোৱাৰ উপৰিও আছে বহু উপকাৰী গুণ।

উপকাৰ

 প্ৰস্ৰাৱৰ বেক্টেৰিয়াজনিত সংক্ৰমণ বা জ্বলা-পোৰা কৰা আদি বিভিন্ন সমস্যাত উপকাৰী

উপকাৰী

হজমী শক্তি বৃদ্ধি কৰে আৰু ভোক বঢ়ায়, পেট খোলোচা কৰে।

উপকাৰ

অকালতে পৰা বয়সৰ চাপ কম কৰাতো ই সহায় কৰে । ই একপ্ৰকাৰৰ বডী দিতক্স কৰে।

উপকাৰ

বতৰ সলনি হোৱাৰ সময়ত হোৱা কাহ, জ্বৰ, এলাৰ্জিজনিত সমস্যাৰ পৰাই বচাই ৰাখে।

উপকাৰ

লগতে পঢ়ক

আজি মহখেদা উৎসৱ অৰ্থাৎ মহোহো