14 JAN 2026
TV9 ASSAM
এই জলপান বিহু উৎসৱৰ সময়ত বিশেষভাৱে অতিথিসকলকো পৰিবেশন কৰা হয়। ইয়াৰ লগতে দৈ হিচাপে গৰুৰ বা ম’হৰ গাখীৰৰ দৈ যিকোনো ব্যৱহাৰ কৰিব পাৰি।
চিৰাত আৱশ্যকীয় ভিটামিন, প্ৰ'টিন, কেলচিয়াম, স্নেহ পদার্থ যথেষ্টভাৱে নিহিত থাকে।
ৰাতিপুৱাৰ আহাৰত চিৰা খালে ই আমাক শৰীৰক শক্তি প্ৰদান কৰে। চিৰাই আমাক দিনটোলৈ সক্ৰিয় ৰখাত সহায় কৰে।
ইয়াক দেশক ভিন্ন স্থানত ভিন্ন নামেৰে জনা যায়। চিৰাই শৰীৰত আইৰণৰ অভাৱ পূৰণ কৰে।
চিৰা খাই ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰি। ডায়েবেটিচ ৰোগীসকলৰ বাবেও চিৰা ভাল।ৰাতিপুৱাৰ আহাৰত ইয়াক অন্তৰ্ভুক্ত কৰিব পাৰে।
ই আপোনাৰ পেটটো দীঘলীয়া সময়ৰ বাবে ভৰ্তি ৰাখে। চিৰাত যথেষ্ট পৰিমাণৰ কাৰ্বোহাইড্ৰেট থাকে যি শৰীৰক শক্তি প্ৰদান কৰে।
চিৰা পুষ্টিৰে সমৃদ্ধ। সেয়ে ইয়াক খোৱাৰ ফলত বহুতো স্বাস্থ্যৰ উপকাৰিতা লাভ কৰা হয়।
পঢ়িবলৈ ক্লিক কৰক