17 Jan 2026
TV9 ASSAM
Photos Credit:Unsplash/GettyImages
বৰ্তমান সময়ত ডায়েবেটিছ ৰোগ একেবাৰে সাধাৰণ হৈ পৰিছে। ইয়াৰ কাৰণ হ’ল অস্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাস।
ডায়েবেটিছত আক্ৰান্ত ৰোগীয়ে সদায় নিজৰ খাদ্যাভ্যাসৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। ইয়াৰ দ্বাৰা তেজৰ চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰিব।
ডায়েবেটিছ ৰোগীয়ে কিছুমান ফল একেবাৰে খাব নালাগে। ই আপোনাৰ চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। কি কি ফল খাব নালাগে জানোঁ আহক।
বিশেষজ্ঞৰ মতে, ডায়েবেটিছ ৰোগীয়ে আনাৰস নোখোৱা ভাল। খালেও পৰিমিতভাৱে খাব লাগে। বেছিকৈ খালে তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে।
এই ফলবিধ একেবাৰে পৰিহাৰ কৰিব লাগে ডায়েবেটিছ ৰোগীয়ে। ইয়াত বহুতো পুষ্টিকৰ উপাদান থাকে যদিও চুগাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে।
আমত প্ৰাকৃতিক চেনিৰ পৰিমাণ বেছি থাকে, গতিকে ই তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। পাৰিলে নাখাব।
ডায়েবেটিছ ৰোগীয়ে খাদ্যৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি প্ৰয়োজন। বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰি খাদ্য গ্ৰহণ কৰক।
পঢ়িবলৈ ক্লিক কৰক