ডায়েবেটিছ ৰোগীৰ বাবে অত্যন্ত উপকাৰী এইসমূহ খাদ্য

4 JAN 2026

Credits:  pixabay/freepik

TV9 ASSAM

বৰ্তমান ডায়েবেটিছ ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। শিশুৰ পৰা বৃদ্ধলৈ সকলো বয়সৰ লোক এই ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে।

ডায়েবেটিছ

বেয়া জীৱনশৈলীৰ বাবে যুৱক-যুৱতীসকলো ডায়েবেটিছৰ বলি হৈ পৰিছে।

জীৱনশৈলী

উচ্চ ব্লাড চুগাৰ ৰোগীৰ বাবে মাৰাত্মক হ’ব পাৰে। সেয়ে সাৱধান হোৱাটো দৰকাৰ।

ব্লাড চুগাৰ

কিছুমান বস্তু ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী হিচাপে বুলি বিবেচিত হয়।

কি খাব লাগে

ডায়েবেটিছ ৰোগীয়ে ৰাতিপুৱা খালী পেটত দালচেনিৰ পানী খাব পাৰে।

দালচেনিৰ পানী

মধুমেহ ৰোগত মেথি গুটিৰ পানীও উপকাৰী।

মেথি গুটিৰ পানী

ডায়েবেটিছ ৰোগীয়ে খাদ্যত শুকান ফল অন্তৰ্ভুক্ত কৰিব পাৰে।

শুকান ফল

মুখৰ কৰ্কট ৰোগৰ প্ৰধান লক্ষণ

চাবলৈ ক্লিক কৰক