ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে অতিকৈ ভাল এইসমূহ খাদ্য

12  0CT 2025

Image Credits: Pinterest, Canva, Grtty

TV9 ASSAM

ডায়েবেটিছ ৰোগীৰ অৱস্থা প্ৰায়ে তেওঁলোকৰ দৈনন্দিন খাদ্যৰ লগত জড়িত। পাকঘৰত থকা এনে কিছুমান খাদ্যই ডায়েবেটিছ নিয়ন্ত্ৰণত সহায়ক।

ডায়েবেটিছ ৰোগ

বিভিন্ন ৰন্ধন প্ৰণালীত এক অপৰিহাৰ্য মেথি। যদি আপুনি দৈনন্দিন ৰন্ধা-বঢ়াত দিনটোৰ ভিতৰত সামান্য পৰিমাণৰ মেথি ব্যৱহাৰ কৰিব পাৰে তেন্তে আপোনাৰ শৰীৰত চুগাৰৰ পৰিমাণ ঠিকেই থাকিব।

মেথি

এইটো এটা আচৰিত মছলা। ইয়াত থকা কাৰকুমিন এবিধ গুৰুত্বপূৰ্ণ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট। হলুদে গ্লুক’জক কোষত প্ৰৱেশ কৰি উদ্দীপিত কৰাত সহায় কৰে।

হালধি

বেদনা যদিও মিঠা,ইয়াৰ গ্লাইচেমিক ইনডেক্স অতি কম। ই পুষ্টিকৰ উপাদানৰে ভৰপূৰ আৰু প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। সেয়েহে ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী।

বেদনা

এই ছুপাৰফুড ভিটামিন চিৰ শক্তিশালী। ই চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াত থকা এন্টিঅক্সিডেন্টে ডায়েবেটিছ সম্পৰ্কীয় শিৰা আৰু ধমনীসমূহৰ ক্ষতি ৰোধ কৰে।

আমলখি

টাইপ ২ ডায়েবেটিছ ৰোগীয়ে প্ৰায়ে ভোক অনুভৱ কৰে। তিঁয়হ খালে সঘনাই ভোক অনুভৱ নকৰে। শৰীৰে প্ৰয়োজনীয় পানীও পায়।

তিঁয়হ

ই এন্টিঅক্সিডেন্টেৰে ভৰা শক্তিশালী ফল। ইয়াত উপস্থিত ৰাসায়নিক মৌলবোৰে কোষত ইনচুলিনৰ ফলপ্ৰসূতা বৃদ্ধি কৰিব পাৰে।

মধুৰিআম

দীপাৱলীত বিৰল সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!

চাবলৈ ক্লিক কৰক

চাবলৈ ক্লিক কৰক