ধনতেৰাচ শুভ এই ৰাশিৰ লোকৰ বাবে

11  Sept 2025

TV9 ASSAM

জ্ঞান, শিক্ষা, ধন, সন্তান, বৈবাহিক সুখ আদিৰ কাৰক দেৱগুৰু বৃহস্পতি। জ্যোতিষশাস্ত্ৰ অনুসৰি,যেতিয়া গুৰু ৰাশি পৰিবৰ্তন হয় তেতিয়া ইয়াৰ প্ৰভাৱ ১২টা ৰাশিৰ ওপৰত পৰে।

ৰাশি

১৮ অক্টোবৰত বৃহস্পতিয়ে ৰাশি পৰিবৰ্তন কৰিব। এই দিনটোতে ধনতেৰাচ পালন কৰা হ'ব। যাৰ বাবে এই দিনটো অতি ভাল বুলি গণ্য কৰা হৈছে।

১৮ অক্টোবৰ

জ্যোতিষ শাস্ত্ৰ অনুসৰি, এই দিনটোত বৃহস্পতিয়ে তেওঁৰ উচ্চ ৰাশি কৰ্কটত প্ৰৱেশ কৰিব। যাৰ ফলত মহাপুৰুষ ৰাজযোগ নিৰ্মাণ হ'ব।

ৰাশি

এই মহাপুৰুষ ৰাজযোগ কেইটামান ৰাশিৰ লোকৰ বাবে অতি লাভদায়ক হ'ব। এই সময়চোৱাত ধন, সা-সম্পত্তি উন্নতি হোৱাৰ লগতে হাতলৈ সফলতা আহিব।

প্ৰভাৱ

এই ৰাশিৰ এই সময়চোৱাত আৰ্থিক উন্নতি হ'ব। হঠাতে ধন আহিব পাৰে। পৰিশ্ৰম কৰাৰ ফলত ফল লাভ কৰিব। মান-সন্মান বৃদ্ধি পাব। আয়ৰ নতুন বাট মুকলি হ'ব। বৈবাহিক জীৱন ভাল হ'ব।

কন্যা

এই ৰাশিৰ বাবে এই ৰাজযোগ অত্যন্ত শুভ। ব্যৱসায়ত ভাল লাভ হ'ব। কেৰিয়াৰত উন্নতি হ'ব। সফলতা লাভ কৰিব। পাৰিবাৰিক শান্তি থাকিব। হাতলৈ ধন আহিব পাৰে।

তুলা

এই ৰাশিৰ বাবে মহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ। আপোনাৰ ভাগ্যৰ দুৱাৰ খোল খাব। ধৰ্মীয় দিশত মনোযোগ বাঢ়িব। হঠাতে ধন লাভ কৰিব। আয়ৰ নতুন বাট মুকলি হ'ব।

বৃশ্চিক

পঢ়িবলৈ ক্লিক কৰক 

বৃক্কৰ সমস্যা