শীতকালত ছালৰ প্ৰাকৃতিকভাবে জিলিকনি আনিবলৈ সহায় কৰে নৰসিংহৰ পাতে।

 5  NOV 2025

TV9 ASSAM

ভিটামিন এ, বি আৰু চিৰ লগতে এন্টিঅক্সিডেন্ট গুণ নৰসিংহৰ পাতত পোৱা যায়।

ছালৰ যতন

মুখৰ পিম্পল আৰু দাগ কমাই মুখখন জিলিকি থকাত সহায় কৰে।

ছালৰ যতন

নৰসিংহৰ পাতত বহুতো উপাদান মিহলাই ফেচ পেক তৈয়াৰ কৰি মুখত লগাব পাৰে।

ছালৰ যতন

নৰসিংহৰ পাত পিহি গুড়ি প্ৰস্তুত কৰক এতিয়া তাত মুলতানি মাটি আৰু গোলাপ জল দিব।

ছালৰ যতন

নৰসিংহৰ পাতৰ পৰা তৈয়াৰী টোনাৰ মুখত লগাব, ফলত মুখখন উজ্জ্বল হোৱাত সহায়ক হ’ব।

ছালৰ যতন

নৰসিংহৰ পাত আৰু হলধীৰ ফেচ পেক এটাও লগাব পাৰে।

ছালৰ যতন

নৰসিংহৰ পাত নাৰিকল তেলত দি কম জুইত কেইমিনিটমান উতলাই লওক। সেয়া লগাওক।

ছালৰ যতন

লগতে পঢ়ক

শীতকালত চুলি বেছিকৈ সৰে নেকি?