নৰসিংহ কেৱল সোৱাদৰে নহয়, পুষ্টিৰো ৰজা।

19 AUG 2025

TV9 ASSAM

আইৰণ, ফছফৰাছ, পটাছিয়াম, জিংক, মেগনেছিয়াম,আৰু বিভিন্ন ভিটামিনো থাকে।

কি কি থাকে

দৈনিক নৰসিংহ পাতৰ চাহ খোৱাৰো লাভালাভ আছে।

লাভ

নৰসিংহৰ পাতে শৰীৰত হিমোগ্লোবিনৰ পৰিমাণ বৃদ্ধি কৰে।

উপকাৰ

সেয়েহে তেজৰ অভাৱ থকা সকলৰ বাবে ই অতি উপকাৰী।

উপকাৰ

আইৰণে শৰীৰত হিমোগ্লোবিন উৎপাদনত সহায় কৰে।

উপকাৰ

দৈনিক নৰসিংহৰ পাতৰ চাহ খালে শৰীৰৰ বিষাক্ত পদাৰ্থ ওলাই যায়।

উপকাৰ

ই ওজন নিয়ন্ত্ৰণত সহায় কৰে, যিয়ে আপোনাক ফিট ৰাখে।

উপকাৰ

পুনৰ জামিন আবেদন নাকচ

লগতে পঢ়ক