ধনিয়াৰ পাতৰ আছে আৰু বহুত উপকাৰিতা।
7 Nov 2025
TV9 ASSAM
ধনিয়াৰ পাতত এণ্টি-অক্সিডেণ্ট, ভিটামিন আৰু খনিজৰ পৰিপূৰ্ণ উৎস।
উপকাৰ
ধনিয়াৰ পাত ভিটামিন চি আৰু ভিটামিন কে উচ্চ পৰিমাণত থাকে।
উপকাৰ
ধনিয়া পাতত পটাছিয়াম, কেলচিয়াম আৰু মেগনেছিয়ামৰ দৰে গুৰুত্বপূর্ণ খনিজ থাকে।
উপকাৰ
হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে ধনিয়া পাতে।
উপকাৰ
ধনিয়া পাতত পটাছিয়াম, কেলচিয়াম আৰু মেগনেছিয়ামৰ দৰে গুৰুত্বপূর্ণ খনিজ থাকে।
উপকাৰ
ধনিয়াৰ বেক্টেৰিয়া ধ্বংস কৰাৰ গুণ আছে। ই ভেঁকুৰ নাশকৰূপে ব্যৱহাৰ কৰিব পাৰি।
উপকাৰ
ধনিয়াৰ ভোক বৃদ্ধি কৰাৰ গুণ আছে। ই পাচক ৰসৰ উৎপাদন বৃদ্ধি কৰে।
উপকাৰ
লগতে পঢ়ক
কিছুমান স্থানত লাজ কৰাটো অনুচিত
Learn more