সকলো মানুহে নাৰিকল খাই ভাল পায়। 

6 Nov 2025

TV9 ASSAM

কিন্তু আপুনি জানেনে নাৰিকলৰ তেলেও বহু উপকাৰ সাধন কৰে?

যতন

নাৰিকলত থকা স্বাস্থ্যকৰ তেলে দ্ৰুত উৰ্জাৰ যোগান ধৰে।

যতন

নাৰিকলৰ তেলে প্ৰদাহ কমায়, যিয়ে আৰ্থ্ৰাইটিছৰ লক্ষণসমূহ ৰোধ কৰাত সহায় কৰে। 

যতন

যদি গুপ্তাংগৰ খজুৱতি হয় , তেন্তে বিশুদ্ধ নাৰিকল তেল লগাব লাগে।

যতন

ছাল আৰু চুলিৰ স্বাস্থ্য উন্নত কৰে। নাৰিকল তেলৰ ব্যৱহাৰে চুলিৰ আৰু ছাল সতেজ কৰি ৰাখে।

যতন

নাৰিকল আমাৰ শৰীৰৰ বাবে বহু উপকাৰী।

যতন

লগতে পঢ়ক

এলোভেৰাই মাতিব পাৰে বিপদ!