চেতন ভগত ভাৰতীয় ঔপন্যাসিক, নিবন্ধকাৰ, বক্তা, আৰু চিত্ৰনাট্যকাৰ।

চেতন ভগত ভাৰতীয় ঔপন্যাসিক, নিবন্ধকাৰ, বক্তা, আৰু চিত্ৰনাট্যকাৰ।

22 April 2025

TV9 ASSAM

Tv9-Assam-Logo
তেওঁ আই আই টি দিল্লী আৰু আই আই এম আহমেদাবাদৰ ছাত্ৰ আছিল।

তেওঁ আই আই টি দিল্লী আৰু আই আই এম আহমেদাবাদৰ ছাত্ৰ আছিল।

চেতন ভগত

নতুন দিল্লীত ১৯৭৪ চনৰ এপ্ৰিল মাহৰ ২২ তাৰিখে চেতন ভগতৰ জন্ম হৈছিল।

নতুন দিল্লীত ১৯৭৪ চনৰ এপ্ৰিল মাহৰ ২২ তাৰিখে চেতন ভগতৰ জন্ম হৈছিল।

জন্ম

এজন ইনভেষ্টমেণ্ট বেংকাৰ হিচাপে হংকংত তেওঁ নিজৰ কৰ্মজীৱনৰ পাতনি মেলিছিল।

এজন ইনভেষ্টমেণ্ট বেংকাৰ হিচাপে হংকংত তেওঁ নিজৰ কৰ্মজীৱনৰ পাতনি মেলিছিল। 

চাকৰি

কিন্তু হৃদয়ৰ মাত শুনি তেওঁ আৰামদায়ক চাকৰি এৰি লিখাৰ পথ বাচি লয়। 

লেখক

তেওঁ এইটো প্ৰমাণিত কৰিছে যে যদি মনত কিবা কৰাৰ ইচ্ছা থাকে, তেন্তে কোনো স্বপ্ন ডাঙৰ নহয়।

সপোন

বলীউডৰ চিনেমা ‘3 Idiots’, ‘Kai Po Che!’, ‘2 States’ তেওঁৰ উপন্যাসৰ ওপৰত আধাৰত নিৰ্মাণ ।

চিনেমা

আজি চেতন ভগতৰ জন্মদিন, সেয়ে আজি সকলোৱে তেওঁক শুভেচ্ছা জনাইছে।

জন্মদিন

চাবলৈ ক্লিক কৰক 

মাটি কলহৰ পানী