আলু আমাৰ দৈনন্দিন খাদ্যৰ এটা গুৰুত্বপূর্ণ অংশ।
26 OCT 2025
TV9 ASSAM
আমি প্ৰায় সকলো খাদ্যৰ সৈতে আলু ব্যৱহাৰ কৰো।
অপকাৰিতা
কিন্তু সকলোৱে ভালপোৱা আলুৰ আছে বহু অপকাৰী গুণ।
অপকাৰ
আলুৰ উচ্চ গ্লাইচেমিক সূচক ৰক্তত চেনীৰ পৰিমাণ তৎক্ষণাৎ বৃদ্ধি কৰাত সহায় কৰে।
অপকাৰ
বিশেষকৈ খালী পেটত আৰু ৰাতি আলু খোৱাৰ পৰা বিৰত থাকিব লাগে।
অপকাৰ
এ’ক্ৰাইলামাইড নামৰ কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ গঠিত হ’ব পাৰে।
উচ্চ তাপত ৰন্ধা আলু
এচিডিটি হ’ব পাৰে আৰু পেটৰ বিভিন্ন ধৰণৰ সমস্যা হ’বলৈ আৰম্ভ কৰিব পাৰে।
অপকাৰিতা
আলুৰ চিপচত অধিক পৰিমাণে ট্ৰেন্স ফেট আৰু নিমখ থাকে ।
অপকাৰ
লগতে পঢ়ক
আপুনি ‘ORS’ বুলি ভুল পানীয় খাইছে নেকি?
Learn more