দৰিদ্ৰ হোৱা পূৰ্বে দেখা দিয়ে এই সংকেত!

27  Nov 2025

Credits: Getty Images

TV9 ASSAM

আচাৰ্য চাণক্যই নীতি শাস্ত্ৰ নামেৰে এখন গ্ৰন্থ ৰচনা কৰিছিল।  তাৰ যোগেদি তেওঁ আজিৰ সমাজক অৱগত কৰিছিল বহু কথা ।

চাণক্য

চাণক্যই নিৰ্দেশনা মানি চলিলে জীৱনত কেতিয়াও বিপদত নপৰে। বেছিভাগেই সমস্যাৰ পৰা ওলাই আহিছে।

সমস্যা

জনা যায় যে, চাণক্যই বহু কথাৰ বিষয়ে বহুত ভালকৈয়ে অৱগত কৰিছে। লগতে তেওঁ কয় যে, দৰিদ্ৰতাৰ সন্মুখীন হোৱাৰ আগতে এজন ব্যক্তিয়ে কি কি লক্ষণ দেখা পায়।

দৰিদ্ৰ হোৱাৰ সংকেত

আচাৰ্য চাণক্যই কয়, যদি আপোনাৰ ঘৰৰ ভিতৰত থকা তুলসী গছ হঠাৎ শুকাই যায়, তেন্তে তাৰ অৰ্থ হ’ল আপুনি আৰ্থিক সমস্যাত পৰিব।

গছ

একেদৰে যদি আপোনাৰ স্বাস্থ্যজনিত সমস্যা হয়, বা যদি আপোনাৰ হাতৰ পৰা নিমখ পৰি যায়, বা আইনা এখন ভাঙি যায়, তেন্তে ইয়াৰ দ্বাৰাও আপুনি সন্মুখীন হ’বলগীয়া আৰ্থিক সমস্যাৰ ইংগিত পোৱা যায়।

আৰ্থিক সমস্যা

ঘৰৰ ভিতৰত যদি অহৰহ কাজিয়া, তৰ্ক, উত্তেজনা থাকে, তেন্তে সেয়া অতি অশুভ, চাণক্যই কয়। ইয়াৰ ফলত ঘৰৰ অগ্ৰগতিত বাধাৰ সৃষ্টি হয় বুলি কোৱা হয়। আচাৰ্য চাণক্যই কৈছে যে যি ঘৰত নাৰীক সন্মান কৰা নহয়, তাত অহৰহ কাজিয়া হ’ব আৰু দুৰ্ভাগ্য আহিব।

কাজিয়া

চাণক্যই কৈছে যে যি ঘৰত পূজা আৰু প্ৰাৰ্থনা কৰা নহয়, সেই ঘৰত ধন-সম্পত্তি বেছি দিন নাথাকে।

পূজা

ঘৰত কাঁচৰ বস্তু ভঙাটো কিহৰ সংকেত?

চাবলৈ ক্লিক কৰক