বজাৰত শীতকালীন পাচলিৰ পয়োভৰ দেখা হৈছে।
21 December 2025
TV9 ASSAM
Credits: Getty
ভিটামিনেৰে ভৰপূৰ ফুলকবি খাই একাধিক শাৰীৰিক সমস্যাৰ সৈতে মোকাবিলা কৰিব পাৰে।
ফুলকবি
ওজন কমায়, পৰিবলৈ নিদিয়ে বয়সৰ চাপ! চাওক ফুলকবিৰ কিমান গুণ!
ফুলকবি
হাওঁফাওঁ ভালে ৰখাত ফুলকবিৰ অৱদান লক্ষণীয়।
উপকাৰ
হাওঁফাওঁ ত ৰোগ বৃদ্ধিৰ বাবে দায়ী ভয়াবহ জীৱাণুবোৰ ফুলকবি খোৱাৰ মাধ্যমত সহজেই ধ্বংস কৰা যায়।
উপকাৰ
ফুলকবি ৰক্তচাপ নিয়ন্ত্রণ কৰে। ডায়াবেটিচ, উচ্চৰক্তচাপৰ বাবে উপকাৰী।
উপকাৰ
হাইপোথাইৰয়ডিজম বা একেধৰণৰ সমস্যাত ভুগে, তেওঁলোকে নোখোৱাই মংগল।
অপকাৰ
ছালত খজুৱতি, ছাল ফুলা আৰু উশাহ লোৱাত কষ্ট হয়।
অপকাৰ
লগতে পঢ়ক
চুম্বন কৰাৰ চেষ্টা কৰিছিল পৰিচালকে
Learn more