১৮ মে', ২০২৪
T9 HINDI
কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৪ ৰ ৰেডকাৰ্পেটত খোজ কাঢ়ে ঐশ্বৰ্য ৰায়ে। প্ৰথম দিনাই অভিনেত্ৰীগৰাকীয়ে ক'লা ৰঙৰ ওপৰত সোণালী ৰং থকা কাপোৰ পিন্ধে।
প্ৰথম দিনা ঐশ্বৰ্য ৰায়ক দেখি দৰ্শক মুগ্ধ হৈ পৰে। তেওঁক এই সময়চোৱাত কন্যা আৰধ্যাইও সংগ দিছিল।
দ্বিতীয় দিনাৰ লুকটোক লৈ ঐশ্বৰ্য ৰায় বহু ট্ৰলৰ সন্মুখীন হয়। ছ'চিয়েল মিডিয়াত বিভিন্নজনে মত প্ৰকাশ কৰিছে।
দ্বিতীয় দিনা অভিনেত্ৰীগৰাকীয়ে ফালগুনি শ্বেন পিককৰ ৰূপালী আৰু নীলা ৰঙৰ গাউন পিন্ধিছিল। আঘাতৰ বাবে হাতত প্লাষ্টাৰো আছিল তেওঁৰ।
তেওঁৰ জিলিকি থকা নীলা থকা গাউনটো বডি হেগিং আছিল ই তলৰ পৰা ফিছকাট আছিল। নিউড মেকআপ কৰিছিল।
বহুতে অভিনেত্ৰীগৰাকীৰ এই লুক ভাল পালেও একাংশই ট্ৰ'ল কৰিছে। কিছুমানে এয়া বাৰ্ড ডেৰ ডেকৰেশ্যন লগা বুলি কমেন্ট কৰিছে।
বহুতে অভিনেত্ৰীগৰাকীক উৰ্ফী জাভেদৰ সৈতে তুলনা কৰিছে। অৱশ্যে একাংশই তেওঁক যথেষ্ঠ প্ৰশংসাও কৰিছে।
পঢ়িবলৈ ক্লিক কৰক