হনুমানৰ ভক্ত যথেষ্ঠ বেছি।
12 AUG 2025
TV9 ASSAM
বহু মহিলাই হনুমাৰ লকেট ডিঙিত পিন্ধে, এয়া উচিত নে অনুচিত?
ভক্তি
সকলোৱা জানে হনুমান ব্ৰহ্মচাৰী। এনে ক্ষেত্ৰত ভক্তিৰ বাবে ডিঙিত পিন্ধিলে কি হয়?
নিয়ম
ধাৰ্মিক মান্যতা অনুসৰি, মহিলাসকলে ডিঙিত চেইনৰ সৈতে পিন্ধিব নালাগে।
নিয়ম
মহিলাসকলৰ মাহেকীয়াৰ সময়ত শৰীৰত থাকিলে পাপ লাগে বুলি একাংশই কয়।
পাৰিনে নোৱাৰি?
বিভিন্ন সাধু-সন্তৰ মতেও শৰীৰত কোনো ভগৱানৰ ছবি থকা অলংকাৰ ৰাখিব নালাগে।
একাংশৰ মতে
আমি শৌচ-প্ৰস্ৰাৱ কৰিবলৈ গ'লেও ভগৱানক অপবিত্ৰ স্থানত লৈ যোৱা হয়।
কোৱা হয়
এই তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে, TV9 অসমে নিশ্চিত কৰা নাই।
অস্বীকাৰ
সফল হ’ব বিচাৰে নেকি?
লগতে পঢ়ক
Learn more