বাৰিষা নকৰিব এইকেইটা ভুল, নহ'লে বেয়া হ'ব খোৱা তেল!

5 july 2025

TV9 ASSAM

Photos Credit: Getty Images

বাৰে বাৰে আমি এটা বটলত তেল ভৰাই থাকো, ফলত সমস্যা হয়।

চাণক্য নীতি

গতিকে সৰু বটলত তেল থোৱা ব্যৱস্থা কৰক।

তেল

গৰম তেলক পুনৰ বটলত ঢালি সাঁচি নথ'ব। ই শৰীৰৰ অপকাৰ কৰে।

গৰম তেল

গৰম তেল বটলত থ'লে সোণকালে বেয়া হয় আৰু পোষক তত্ত্ব কমি যায়।

কাৰণ

খোৱাত ব্যৱহাৰ কৰা তেল কেতিয়াও ৰ'দ পৰা স্থানত ৰাখিব নালাগে।

পোহৰত নাৰাখিব

গেছৰ ওচৰত তেল ৰাখিব নালাগে, ফলত গৰমৰ বাবে ই নষ্ট হৈ যায়।

তেল

কাঁচৰ বটলত তেল ৰখাটো দৰকাৰ, ই সহজে নষ্ট নহয়।

চাণক্য নীতি

চাবলৈ ক্লিক কৰক 

গুৱাহাটীত আজি সোণ-ৰূপৰ দাম কিমান?