১ টকাত ৩০ দিনৰ ৰিচাৰ্জ

10 Aug 2025

TV9 ASSAM

 Credit: BSNL

স্বাধীনতা দিৱসৰ পূৰ্বে BSNL-এ ব্যৱহাৰকাৰীৰ বাবে Azadi ka Plan প্ৰৱৰ্তন কৰিছে।

BSNL Plan

BSNL Azadi ka Plan ৰ দাম মাত্ৰ ১ টকা, এই limited period plan ৰ সুফল জানি লওক..

দাম

১ টকাৰ বিনিময়ত আপুনি প্ৰতিদিনে ২জিবি হাই স্পীড ডাটাৰ সুবিধা লাভ কৰিব।

ডাটা

প্ৰতিদিনে ১০০টা এছএমএছ আৰু আনলিমিটেড কলিঙৰ লগতে এই প্লেনে আপোনাক ৩০ দিনৰ বৈধতাও প্ৰদান কৰিব।

বৈধতা

BSNLৰ এই অফাৰ ১ আগষ্টৰ পৰা আৰম্ভ হৈছে আৰু ৩১ আগষ্টলৈকে বৈধ হ’ব।

সীমা

যদি আপুনি এই অফাৰৰ সুবিধা ল’ব বিচাৰে, তেন্তে ইয়াৰ বাবে আপুনি ওচৰৰ খুচুৰা বিক্ৰেতা বা BSNL গ্ৰাহক সেৱা কেন্দ্ৰলৈ যাব পাৰে।

এনেদৰে সুবিধা লওক

BSNLৰ বাহিৰেও জিঅ’, এয়াৰটেল আৰু ভিয়ে এতিয়াও এনে কোনো সস্তীয়া সীমিত সময়ৰ অফাৰ প্ৰৱৰ্তন কৰা নাই। 

জানক

চাবলৈ ক্লিক কৰক 

বাৰিষাত জোতা-মোজাৰ পৰা দুৰ্গন্ধ দূৰ কৰাৰ উপায়