বগা নে ব্ৰাউন ৰঙৰ কণী বেছি উপকাৰী ?

December 2, 2025

TV9 ASSAM

কণীত ভিটামিন এ, ফলেট, ভিটামিন বি ১২, ভিটামিন ই, ফছফৰাছ, চেলেলিয়াম, জিংক আৰু বহুতো পুষ্টিকৰ উপাদান থাকে। স্বাস্থ্যৰ বাবে বহু দিশত উপকাৰী।

পুষ্টিকৰ উপাদান

বজাৰত প্ৰায়ে ব্ৰাউন আৰু বগা ৰঙৰ কণী দেখা যায়। বিশেষজ্ঞৰ মতে, ব্ৰাউন ৰঙৰ কণী অধিক উপকাৰী বুলি কোৱা হয়।

কণীৰ প্ৰকাৰ

ডায়েটিচিয়ান প্ৰিয়া পালিৱালে কয় যে, দুয়োবিধ কণী ঠিকেই আছে। ইহঁতৰ পুষ্টিৰ ক্ষেত্ৰত বিশেষ পাৰ্থক্য দেখা নাযায়।

কোনটো উপকাৰী?

বগা আৰু ব্ৰাউন দুয়োটা কণীতে প্ৰটিন, ভিটামিন, খনিজ পদাৰ্থ থাকে। পাৰ্থক্য মাথোঁ ৰং আৰু দাম। বগা কণীতকৈ ব্ৰাউন কণী অলপ বেছি দামী।

পুষ্টিকৰ উপাদান

সাধাৰণতে ব্ৰাউন আৰু বগা কণীৰ সোৱাদ একে যদিও কণীৰ সোৱাদ নিৰ্ভৰ কৰে ইয়াৰ সতেজতা, ৰন্ধন প্ৰণালী আৰু কুকুৰা প্ৰজাতিৰ ওপৰত।

সোৱাদ

এই কণী দামী হোৱাৰ কাৰণ হৈছে কুকুৰাৰ প্ৰজাতি। এই কুকুৰাবোৰে বগা কুকুৰাতকৈ কম কণী উৎপাদন কৰে। এই ক্ষেত্ৰত কণী উৎপাদনৰ খচৰ বেছি।

ব্ৰাউন কণী কিয় দামী?

যদি আপুনি খাদ্যৰ তালিকাত কণী ৰাখিছে, তেন্তে লোকেল কুকুৰাৰ কণী খাবলৈ চেষ্টা কৰক।

লোকেল কুকুৰাৰ কণী 

পঢ়িবলৈ ক্লিক কৰক

শৰীৰত প্ৰটিনৰ অভাৱ হ'লে কি হয় ?