আকৌ চৰ্চাত ৰাখী সাৱন্ত!

22 April 2024

গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ উচ্চতম ন্যায়ালয়ত উপস্থিত হ’ল ৰাখী সাৱন্ত

বিতৰ্কত ৰাখী

আদিলে ৰাখী সাৱন্তক তেওঁৰ ব্যক্তিগত ভিডিঅ’ কিছুমান ফাদিল কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

অশ্লীল ভিডিঅ’

এফআইআৰৰ পিছত ৰাখীয়ে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ ডুবাইলৈ পলায়ন কৰিছিল

পলায়ন

অৱশ্যে প্ৰাক্তন স্বামী আদিল খান দুৰানীয়ে ৰাখীৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰৰ বাবে সম্প্ৰতি তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ সম্ভাৱনা আহিছে।

আদিল-ৰাখী

ৰাখীক তালাক দি ছোমী খানৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল আদিল

আদিল দ্বিতীয় বিবাহ

আদিলে ৰাখী সাৱন্তক তেওঁৰ ব্যক্তিগত ভিডিঅ’ কিছুমান ফাদিল কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

কিয় বিতৰ্কত

তেওঁৰ প্ৰাক্তন স্বামী আদিল খান দুৰানীয়ে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল গোচৰ

কিয় দিছিল গোচৰ

বম্বে উচ্চ ন্যায়ালয়ে ৰাখীৰ আগতীয়া জামিনৰ আবেদন নাকচ কৰিছিল।

বম্বে উচ্চ ন্যায়ালয়

চাবলৈ ক্লিক কৰক

গেলেক্সি এৰিব টাইগাৰে!