12 April 2024
এগৰাকী সুদক্ষ বিহুৱতী হিচাপে বৰষাৰ যথেষ্ট সুনাম আছে
সামাজিক মাধ্যমতো যথেষ্ঠ সক্ৰিয় বৰষা। প্ৰায়ে সামাজিক মাধ্যমত ফটো বা ভিডিঅ' ভাইৰেল হৈ থাকে
কেৱল অভিনয়ে নহয়, বহুজনে বৰষাক স্বামী ভাস্কৰৰ লগত ভিডিঅ'বা ফটো চাবলৈ অপেক্ষা কৰি থাকে
বিহুৰ লগত সংগতি ৰাখি দিয়া ফটো কেইখনত যথেষ্ঠ মৰম দিছে অনুৰাগীয়ে।
এয়া বৰযাৰ নতুন প্ৰজেক্টৰ অংশ
সকলো ধৰণৰ অভিনয় কৰিব পাৰে বৰষাই
সামাজিক মাধ্যমতো যথেষ্ঠ সক্ৰিয় বৰষা।
যৌৱনে আমনি কৰে ছবিখনৰ জৰিয়তে অভিনয় জগতত খোজ দিছিল বৰষাই
চাবলৈ ক্লিক কৰক
বাজিৰাও মস্তানী কিয় নকৰিলে অংকিতাই?