যদি ফেটি লিভাৰ হৈছে এই খাদ্য খাওক

3 October 2025

TV9 ASSAM

আপোনাৰ যদি ফেটি লিভাৰ হৈছে তেন্তে আপুনি কেনেকুৱা ধৰণৰ খাদ্য খাব জানেনে? তালিকাত ৰাখক এইসমূহ খাদ্য।

ফেটি লিভাৰ

খাদ্যৰ তালিকাত ৰাখক বাদামৰ গাখীৰ নতুবা কম চৰ্বিযুক্ত গৰুৰ গাখীৰ। কেলচিয়াম আৰু ভিটামিন ডিয়ে ফেটি লিভাৰ সমস্যা ৰোধ কৰাত সহায় কৰিব।

কম চৰ্বিযুক্ত গাখীৰ

ভিটামিন ই সমৃদ্ধ খাদ্য যেনে-পালেং শাক, আলমণ্ড, ৰঙালাও আদি তালিকাত অন্তৰ্ভুক্ত কৰক। ই আপোনাৰ ফেটি লিভাৰ উন্নত কৰিব।

ভিটামিন ই

ফেটি লিভাৰ উন্নত কৰিবলৈ পৰ্যাপ্ত পানী খোৱাটো অতি প্ৰয়োজন। শৰীৰত কেতিয়াও পানীৰ অভাৱ হ'বলৈ নিদিব।

পৰ্যাপ্ত পানী খোৱা

ফেটি লিভাৰ সমস্যাৰ পৰা উপশম পাবলৈ নেমু ৰস খাব পাৰে। পুৱা গৰম পানীৰ লগত নেমুৰ ৰস মিহলাই খাব পাৰে।

নেমু ৰস খাব

খাদ্যত নহৰু অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াক লিভাৰৰ ফেট হ্ৰাস কৰাৰ বাবে অতি উপকাৰী বুলি কোৱা হয়।

নহৰু

এই প্ৰতিবেদন বিভিন্ন উৎসৰ তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে। ফেটি লিভাৰ থাকিলে চিকিৎসৰ পৰামৰ্শ ভিত্তিত খাদ্য গ্ৰহণ কৰক।

স্পষ্টীকৰণ

পঢ়িবলৈ ক্লিক কৰক

ৰক্তহীনতা দূৰ কৰিবলৈ কি কৰিব?