সাৱটি ধৰি শুই থকাৰ আচৰিত ধৰণৰ উপকাৰ।

29 Jan 2026

TV9 ASSAM

Photos Credit: Getty Images

পতি-পত্নী একেলগে শুলে কি কি লাভ হয়? একেলগে শুই থকা, বা সংগীক আলিংগন কৰাটো কেৱল প্ৰেমৰ চিন নহয়, স্বাস্থ্যৰ বাবেও উপকাৰী।

উপকাৰ

আলিংগন কৰি শুই থকাটো কেৱল ৰোমান্টিক অভিজ্ঞতা নহয়; ই আপোনাৰ শৰীৰ আৰু মন দুয়োটাৰে বাবেও যথেষ্ঠ উপকাৰী। 

উপকাৰ

সংগীৰ ওচৰত শুলে প্ৰেম বৃদ্ধি হোৱাই নহয়, মানসিক চাপ কমা, টোপনি, আৰু সম্পৰ্ক মজবুত হয়।  ইজনে সিজনৰ ওচৰত শুলে স্বাস্থ্য আৰু প্ৰেম দুয়োটাৰে বাবে উপকাৰী।

টোপনি

অসংখ্য গৱেষণাৰ পৰা দেখা গৈছে যে সংগীৰ ওচৰত শুলে শৰীৰত অক্সিট’চিন হৰম’ন বৃদ্ধি পায়, যিয়ে মেজাজ উন্নত কৰে, হৃদযন্ত্ৰৰ স্বাস্থ্য বৃদ্ধি কৰে আৰু সম্পৰ্ক গভীৰ কৰে।

টোপনি

আপোনাৰ সংগীৰ শৰীৰৰ উত্তাপ আৰু হৃদস্পন্দনে গভীৰ আৰু অধিক শিথিল টোপনিত অৰিহণা যোগায়। একেলগে শুই থকা দম্পতীয়ে অবিবাহিত লোকতকৈ ভাল টোপনি লোৱাৰ প্ৰৱণতা থাকে।

টোপনি

আলিংগন কৰি একেলগে শুই আৱেগিক বান্ধোন আৰু বিশ্বাস শক্তিশালী কৰে। প্ৰতি নিশা যেতিয়া আপুনি ইজনে সিজনক সাৱটি ধৰি শুই থাকে তেতিয়া আপোনাৰ প্ৰেম আৰু বুজাবুজি গভীৰ হৈ পৰে।

টোপনি

আপোনাৰ সংগীৰ স্পৰ্শ আৰু উষ্ণতাই আপোনাৰ মনটোক শান্ত কৰে। ইয়াৰ ফলত নিসংগতা ৰোধ কৰাত সহায় কৰে আৰু হতাশাৰ সম্ভাৱনাও কম হয়।

টোপনি

পঢ়িবলৈ ক্লিক কৰক 

আপোনাৰ শৌচে দিব আপোনাৰ স্বাস্থ‍্যৰ ইংগিত