কাজিনেমু পাতে চুলিৰ কি কি সমস্যা নাইকিয়া কৰে ? 

December 11, 2025

TV9 ASSAM

নেমুৰ পাতত চাইট্ৰিক এচিড, এন্টিঅক্সিডেন্ট, আৰু কিছুমান আৱশ্যকীয় তেল থাকে, যাৰ ফলত উফিৰ সমস্যা সমাধান হ’ব পাৰে। 

উফিৰ সমস্যা 

নেমুৰ পাতত এন্টি মাইক্ৰ’বিয়াল আৰু এন্টি ফাংগেল থাকে। যিয়ে উফি হ্ৰাস কৰাত সহায় কৰিব পাৰে আৰু বিভিন্ন ভেঁকুৰ নাইকিয়া কৰিব পাৰে।

এন্টি ফাংগেল

নেমুৰ পাতে প্ৰাকৃতিক এষ্ট্ৰিঞ্জেণ্ট হিচাপে কাম কৰিব পাৰে। তেলীয়া মূৰৰ ছাল থকাসকলৰ অতিৰিক্ত তেল নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

অতিৰিক্ত তেল নিয়ন্ত্ৰণ

নেমুৰ পাতেও চুলিৰ জিলিকনি বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ উপৰিও চুলি পৰিষ্কাৰ কৰি প্ৰাকৃতিক জিলিকনি আনিবলৈ সহায় কৰিব পাৰে।

জিলিকনি

নেমুৰ পাত পানীত উতলাই, তাৰ পাছত ঠাণ্ডা হ’বলৈ দিয়ক। চুলিখিনি চেম্পু কৰাৰ পিছত সেই পানীৰে চুলি আৰু মূৰৰ ছাল ধুব।

উতলাই লওক

নেমুৰ পাত ভালদৰে পিহি লওক। তাৰ লগত নাৰিকল তেল বা দৈ মিহলাই লওক। এই পেকটো কেৱল মূৰৰ ছালত লগাব লাগে। ২০-৩০ মিনিট ৰাখিব, তাৰ পিছত চেম্পুৰে ধুই পেলাওক।

পেক বনাওক

এই প্ৰতিবেদন কেৱল তথ্যৰ বাবে প্ৰস্তুত কৰা হৈছে। নিশ্চিত হোৱাৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

স্পষ্টীকৰণ

পঢ়িবলৈ ক্লিক কৰক

কি কি কাৰণত চুগাৰ বাঢ়িব পাৰে ?