কোনবোৰ খাদ্যই শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে?

10 DEC 2025

Photos Credit: Getty, Unsplash

TV9 ASSAM

ভাৰতীয় পাকঘৰত ৰখা মছলাবোৰ সদায় আমাৰ স্বাস্থ্যৰ বাবে ঔষধ হিচাপে বিবেচিত হৈ আহিছে। এইবোৰ পুষ্টিকৰ উপাদানৰ ভঁৰাল, ভয়াৱহ ৰোগকো নিৰাময়ত ফলপ্ৰসূ বুলি বিশ্বাস কৰা হয়। তাৰে ভিতৰত নহৰু  অন্যতম।

নহৰু

নহৰুত প্ৰধানকৈ চালফাৰ যৌগ, ভিটামিন চি, ভিটামিন বি ৬, মেংগানিজ, চেলেনিয়াম, পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ, আইৰণ, জিংক, আৰু এন্টিঅক্সিডেন্ট থাকে।

নহৰুত থকা পুষ্টিকৰ উপাদান

আজিকালি মানুহ ক্ৰমান্বয়ে হৃদৰোগৰ বলি হৈছে। হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ শুই উঠাৰ আগত এফুটা নহৰু চোবাই খাব লাগে। ইয়াত পটাছিয়াম থাকে।

হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে

দৈনিক শোৱাৰ আগতে নহৰু চোবাই খালে শিপাৰ পৰা হাড় শক্তিশালী হ’ব পাৰে, কিয়নো ইয়াত থকা কেলচিয়ামে হাড়ৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে।

হাড়ৰ যত্ন

নহৰুৰ প্ৰচুৰ গুণ আছে যিয়ে তেজত চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। গতিকে ডায়েবেটিছ ৰোগীয়ে শোৱাৰ আগতে এফুটা নহৰু চোবাই খাব লাগে।

চুগাৰ

শীতকালত আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰায়ে দুৰ্বল হৈ পৰে। দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত কৰিবলৈ শোৱাৰ আগত এফুটা নহৰু চোবাই খাব লাগে। ইয়াত ভিটামিন চিৰ প্ৰচুৰ উৎস।

ৰোগ প্ৰতিৰোধ ক্ষমতা 

অৱশ্যে শোৱাৰ আগতে মাত্ৰ এটা এফুটা নহৰু চোবাই খাব লাগে। ভালপোৱাৰ বাবে এটাতকৈ বেছি নাখাব। অত্যধিক খাদ্য গ্ৰহণ কৰিলে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হব পাৰে।

কিমান খাব

কোনবোৰ খাদ্যই শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে?

চাবলৈ ক্লিক কৰক