মহিলাৰ মূত্ৰনলী (urethra) পুৰুষতকৈ সৰু।
9 july 2025
TV9 ASSAM
সেয়ে মলত উপস্থিত থকা বেক্টেৰিয়া E. coli, মূত্ৰাশয়লৈ প্ৰৱেশ কৰে আৰু সংৰ্ৰমণ হয়।
সাৱধান
মহিলাসকলৰ প্ৰস্ৰাৱৰ সংক্ৰমণ urinary tract ৰ তলৰ অংশত হয়।
সংক্ৰমণ
চিকিৎসা নকৰিলে এই সংক্ৰমণ বৃক্কলৈ আৰু তাৰ পিছত তেজলৈ বিয়পি পৰে।
সাৱধান
মহিলাসকলে নিজৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সম্পূৰ্ণ যত্ন লোৱা উচিত নহ'লে সংক্ৰমণ হ'ব।
পৰিস্কাৰ
ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰিলেও প্ৰস্ৰাৱৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
সংক্ৰমণ
প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ, অস্বাভাৱিক গোন্ধ লক্ষণ।
সংক্ৰমণ
পেটৰ তলৰ অংশত বিষ বা হেঁচি ধৰা যেন লগাও লক্ষণ হ'ব পাৰে।
লক্ষণ
চাবলৈ ক্লিক কৰক
কুমলীয়া যুৱককহে পছন্দ!
Learn more